প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি ২০২৬

Pragyan Bharati Scooty Scheme 2026: প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি ২০২৬

প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি ২০২৬ অসম চৰকাৰৰ এক উল্লেখযোগ্য শিক্ষা আৰু যোগ্যতা ভিত্তিক আঁচনি, যাৰ অধীনত উচ্চতৰ মাধ্যমিক (দ্বাদশ শ্ৰেণী) পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা যোগ্য ছাত্ৰ-ছাত্ৰীক স্কুটাৰৰ ব্যৱস্থা কৰা…