mukhyamantree aatmonirbhor aasom ovijon

Mukhyamantri Atmanirbhar Asom Abhijan: মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিজান

নিবনুৱা যুৱক-যুৱতীসকলক স্বনিয়োজনৰ সুবিধা প্ৰদান আৰু নিজা ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিজান অসম চৰকাৰৰ এক মূল আঁচনি। মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিজান (CMAAA) নামেৰেও পৰিচিত…